ৰাতিপুৱাৰ সূৰ্য্যটো সোণালী ৰঙৰ সৈতে উদয় হৈছে ,
চৰাইবোৰেও নতুনকৈ মিঠা সুৰে চিঞৰিছে,
আপোনাৰ দিনটো আনন্দ আৰু শান্তিৰে ধন্য হওক,
আপোনি সকলো চিন্তা আৰু বিপদৰ পৰা মুক্ত হওক।
চৰাইবোৰেও নতুনকৈ মিঠা সুৰে চিঞৰিছে,
আপোনাৰ দিনটো আনন্দ আৰু শান্তিৰে ধন্য হওক,
আপোনি সকলো চিন্তা আৰু বিপদৰ পৰা মুক্ত হওক।
0Comments